Uploaded by Vempati Krishna Shashank

দেউৰীপাৰা ভাৰি গান

advertisement
দউৰীপাৰা ভািৰ গান
িদলীপ কুমাৰ ৰাভা
২০১৭
িৱিকউৎসৰ পৰা ২৫ ম’, ২০২৩ তািৰেখ ৰ ািনকৃত
1
[১]
দউৰীপাৰা ভািৰ গান
( িধ মথন, সীতাপৰু ী আ
2
মঘনাদ বধ)
-িদলীপ কুমাৰ ৰাভা
[৩]
দউৰীপাৰা ভািৰ গান
( িধ মথন, সীতাপৰু ী আ
3
মঘনাদ বধ)
-িদলীপ কুমাৰ ৰাভা
[৪]
দউৰীপাৰা ভািৰ গান
ৰামায়ণ আ মহাভাৰতৰ আধাৰত গাৱালপৰীয়া ানীয় ভাষাত ৰিচত ভি মূলক
গীিত-ন ৃ য নাট।
লখক : ৰীিদলীপ কুমাৰ ৰাভা
গাঁও- দউৰীপাৰা, ডাকঘৰ- বা শী
িজলা- গাৱলপাৰা (অসম)
4
ৰকাশক : ৰীমেনােমাহন ৰাভা
চৰকপাৰা, ছাটমািটয়া
ৰথম ৰকাশ : ইং ২০১৭ চন।
লখকৰ বাৰা স ব ব ব সংৰি ত।
বটুপাতৰ পিৰক না : অংকুৰ ৰাভা, দীঘলী : ধৈন
মূ য : ৫০/-টকা মা ৰ
িড.িট.িপ. : এ. ক. ৰাভা, দীঘলী
মু ৰণ :-বেডা় দা
ৰছ, দিনক বজাৰ : ধৈন, (RHAC): গাৱালপাৰা
ৰভাষ : ৭০৮৬৯৩৩৬৯০
5
[৫]
উৎসগা
মাৰ িপত ৃেদৱ
পি
র ৰাভাৰ
পূ য ৃিতৰ লগেত অতীতৰ
অিবৰত
একিন ােৰ লাক সং ৃিতৰ সাধক
সকলৰ উে ে য পিু থখিন
ৰ ােৰ
উৎসগা কিৰেলাঁ
লখকরীিদলীপ কুঃ ৰাভা
[৬]
লখকৰ এষাৰ
6
দউৰীপাৰা ভািৰ গান স কত মই িয িলিখেলাঁ; ই মাৰ িনজ ব
অিভ তােৰ িলখা। লাক-সং ৃিত অ যয়ন কৰা যি সকেল ভািৰ গানৰ ওপৰত
ব েতা িচ া চচা কিৰ গেবষণাত অ যয়নৰত অৱ াত আেছ যন লােগ। সেয়
ইয়াৰ উবৰতা বিৃ ত সহায় হাৱাৰ মানসেৰ ভুল- িটৰ মােজেৰ এইিখিন
িলিখেলাঁ। আশাকেৰাঁ মাৰ িলখিনেয় তেখত সকলৈল িকছ ু সমল যাগাব।
এইিখিন িলখাত আমাৰ অ াদ ৰীিমিহৰথ ৰাভাই িয ান িদেল ই মাৰ, এেনিক
আমাৰ দউৰীপাৰা ভািৰ গান দলৰ িচৰ পূ য।
কালৰ বক
ু ু ত হৰাই যাবৰ উপ ৰম হাৱা এই ভি মূলক গীিত-ন ৃ য
আিজও সমাজত সমাদৰ লাভ কিৰ আেছ। িক শি ক িদশৰ চাকৈনয়াত পিৰ
এেন ধমীয় ভি মূলক গীতেবাৰ নৱ ৰজ সমাজত সমাদৰ নােহাৱা হ যাবৰ
উপ ৰম হ'ব ধিৰেছ। আিজৰ শি ক িদশত ধমীয় িশ া িদয়া নহয় বােব
শা ৰীয় ানৰ আভাষ নাপায়। ফলত সাধাৰণ লাকৰ মাজত ৰাম, ল ণ,
সীতাৰ কািহনী স েক অ হ থােক। তেন
ৰত ৰামায়ণৰ কািহনী গীত িন
দ ম কিৰব নাৱােৰ। সেয় ভাওঁৰীয়া গীত আ ভাওঁনা এেনেবাৰেহ চাবৈল
িবচােৰ আ আেমাদ পায়। যাৰ ফলত ভািৰগানৰ দেল দশক ৰাইজক আেেমাদ
যাগাবৰ বােব ভাওঁনা ৰদশন কিৰেয়ই সময় অিত ৰম কিৰব লগা হয়। গীিতন ৃ যৰ মূল খিু টৈল যাবই নাৱাৰী।
আশা কেৰাঁ সময়ত এেনেবাৰ কলা কৃি েয় সজীৱতা লাভ কিৰব তাৰবােব
নৱ ৰজ সমাজৰ ৰিত ল ্য ৰািখ মাৰ স যক ানৰ অিভ তােৰ এইিখিন
িলিখেলাঁ। মাৰ এই িলখিনখিনৰ ৰিত অিভমত ৰকাশ কৰা ব ুবৰ ৰীদীেনশ
চ ৰ ৰয়, ৰকাশ কিৰ উিলওৱা ৰীমেনােমাহন ৰাভা আ লগেত ছপাশালাৰ
কমক াসকেল মাৰ ৰিত সদয় হ
দািয় ব বহন কৰাত তওঁসকলৈল মাৰ
িচৰ কৃত থািকল।
তািৰখ :
১৯/৭/২০১৭ ইং
লখক-
7
ৰীিদলীপ
কুমাৰ ৰাভা
গাঁওদউৰীপাৰা
[৭]
রকাশকৰ একলম
ঐিতহািসক বৰু ীিবদ তথা ইিতহাসত ঠাই পাৱাৰ যা য “ৰাণী
অভেয় বৰী” (িপত ৃ িনশা ৰাম ব ৱা, মাত ৃ ীেৰ বৰী দৱী)ৰ িবষেয় আ
দউৰীপাৰা গাঁৱৰ ভািৰ গান ভাওঁনা অ ীয়া নাটৰ সাৰমম খন পিঢ় মই নৈথ
আনি ত। দউৰীপাৰা গাঁৱৰ ৰীিদলীপ কুমাৰ ৰাভা (অৱসৰ ৰা িশ ক)
মেহাদয়ৰ এেন যৎপেৰানাি েৰ ঐিত য মা যৱ িলখিনৰ সং ৰহৰ ৰেচ াত মই
ৰকাশৰ ভূিমকাৰ সিু বধা পাই সঁচাৈক গৗৰবাি বত নৈহ নাৱািৰেলাঁ।
কাম প, গাৱালপাৰা িজলাৰ জান সািহ য সম বয় সিমিতৰ তৰফৰ পৰা
েভ া াপন কৰাৰ লগেত দয়ভৰা অ েৰেৰ ৰািখেছাঁ আশা এই পিু থখনক
পৈঢ় সমােজ সাদেৰ ৰহণ কিৰব।
ধ যবাদ-
8
ৰীমেনােমাহন ৰাভা
(চৰকপাৰা)
সভাপিত
কাম প, গাৱালপাৰা িজলা
তাং-১৮/০৭/২০১৭
ইং
[৮]
জান সািহ য সম বয় সিমিত
( ৰিণকা)।
অিভমত
“সািহ য স ীত কলা িবহীন সা াত প ।” ডাঙৰ ডাঙৰ ঋিষ মিু ন সকেল
ক যাৱা কথা। িযখন দশত সািহ য নাই, স ীত নাই, কলা িব যা নাই সই
দশখন প ৰ তু য। আমাৰ অসম ৰা যৰ লগেত গাৱালপাৰা িজলাৰ মঘালয়
ৰা যৰ সীমা ৱ ী দউৰীপাৰা এখন িভত ৱা গাঁও। সই গাঁৱখনত অসমীয়া
কলা সং ৃিতেৰ ভৰপৰু । তােৰ এিট অসমীয়া সং ৃিত ভািৰগান। সইখন গাঁৱৰ
অৱসৰ ৰা িশ ক মাৰ ব ুবৰ ৰীিদলীপ কুমাৰ ৰাভােদেৱ তওঁেলাকৰ গাঁৱৰ
ইজনমান সং ৃিতবান যি ৰ ৰেচ াত জীয়াই থকা ভািৰ গান দলেটাক সং ৃিত
রমী ৰাইজৰ আগত উপ াপন কিৰবৈল ৰয়াস কিৰেছ।
9
মাৰ ব ুবৰ ৰীিদলীপ কুমাৰ ৰাভা দেৱ িনজ হােত িলখা “ভািৰ গান”
পা ুিলিপখন এবাৰ চকুফৰু াই চাই -আষাৰ িনিলখাৈক থািকব নাৱািৰেলা।
ভািৰগান স েক তওঁৰ ব অিভ তা আেছ। অসমৰ এটা কলা-সং ৃিত ভািৰগান
কালৰ বক
ু ু ত হৰাই যাৱাৰ উপ রম হাৱাত তওঁ আে প কিৰেছ। হয়, আধিু নক
সমাজত কালাহল পূণ অ লত এইেবাৰ এিতয়া ান নাপায়। িক ভািৱব গেল
এই ভািৰ গােন জন সাধাৰণক কৗতুক অিভনয় কিৰ আকিষত কৰাৰ উপিৰ
জনমানসত িব বাস, ভি , আ যাি ক িচ া চচা বাহক েপ বি আেছ।
আশা ৰািখেছাঁ, এই ভািৰ গান পা ুিলিপ খিন ছপাৈহ ওলােল সদাশয়
সং ৃিত রমী ধম রাণ ৰাইেজ আেকাৱািল লৱ; লগেত উিঠঅহা িশি ত যৱু কযৱু িত সকলৰ গেৱষণামূলক ত য িহচােব সমল যাগাব।
রীদীেনশ চ ৰ ৰায়
অৱসৰ ৰা িশ ক
গাঁও- ললা, কদমেতালা
তাংঃ ০৯/০৭/২০১৭ ইং
[৯]
দউৰীপাৰা ভািৰ গান
-: সূচীপ র :-
িবষয়
১। দউৰীপাৰা ভািৰ গান
২। ভািৰ গানৰ িকছ ু আেলাচনা
৩। সীতাপৰু ী নাটৰ জ কািহনী
৪। গীত কইফািক
৫৷ ৰাণী অভেয় বৰী
পৃ া
১
৪
১১
১৪
২১
10
*** *** ***
[ ১১ ]
দউৰীপাৰা ভািৰ গান
অসমৰ গাৱালপাৰা িজলাৰ ধৈন ৰাজহ চ ৰৰ বা শী মৗজাৰ অ গত
দউৰীপাৰা নামৰ এখন স গাঁও। আিদেত এেকখন গাঁৱত এখেনই চবু ৰু ী
আিছল। িক এিতয়া এইখন গাঁৱত িতিনখন চবু ৰু ীক ল গিঠত এখন গাঁও।
গাঁৱখন আিদেৰ পৰা ৰাভা আ বেডা় স ৰদায়েৰ বসবাস পূণ, জনজাতীয় িহ ু
ধ াল বী। িক এিতয়া িকছ ু সং যক লাক ৰীি য়ান ধম ৰহণ কিৰ ৰীি য়ান
হ’ল।
এই দউৰীপাৰা গাঁৱখনত ভািৰ গানৰ দল আেছ। ভািৰ গান ধ ীয়
ভুি মূলক গান। সই কাৰেণ ইয়াক পূজা লীত, পূজাৰ ম ত ৰদশন কেৰাৱা
হয়। বতমানৰ িথেয়টাৰৰ ম বা যা ৰা-িভনয়ৰ ম ত ইয়াক ৰদশন কৰােল
িবপৰীত িদশত ৰদশন কেৰাৱা হয়। িবপৰীত িদশত ৰদশন কেৰাৱা হয়।
ইয়ােক উে খ কিৰব িবচািৰেছ য, িথেয়টাৰ ম বা যা ৰা-অিভনয়ৰ ম ত,
ম ৰ স খু ৰ ফােল দশক থােক; িক ভািৰ গান বা অ য িয কােনা দৱতা থানত
ৰদশন কেৰাৱা গানৰ
ৰত ৰদশন কেৰাৱা ম ৰ স খু ৰ ফােল দৱ- দৱীৰ
থাপনােটােহ থােক।
ভািৰ গানত ৰািতৰ ভাগত ৰদশন কেৰাৱা নাট সমূহত মখু া ৰদশন
কেৰাৱা হয় আ নাট সমূহ ৰামায়ণৰ আধাৰত ৰিচত নাট— ১) সীতাপৰু ী, ২)
মঘনাদ বধ, ৩) ৰাৱণ বধ, ৪) শি শল, ৫) পাতাল পৰু ী। িদনৰ ভাগত
মহাভাৰতৰ আধাৰত ৰিচত গীিত-ন ৃ য “ িধ মথন” ৰদশন কেৰাৱা হয়। ইয়াত
ম[খু ১২
াৰ] ৰেয়াজন নাই। ৰািতৰ ভাগত ৰদশন কেৰাৱা মখু ােবাৰ কােঠেৰ বেনাৱা
বােব এটা মখু াৰ ওজন ব ত। এেন মখু ােবাৰ কুিঢ়য়াই ল যাবৰ বােব ভািৰ দৰকাৰ
11
হয় (ইংৰাজ আমলত ভাৰ বহন কৰা যি ক ভািৰ বা বগাৰী কিছল)। সই
কাৰেণ এেন গানক ভািৰ গান বিু ল কাৱা লাক রবাদ আেছ।
দউৰীপাৰা ভিৰ গানত িতিনখন নাট আেছ। সইেবাৰ হ’ল- িদনৰ ভাগত
ৰদশন কেৰাৱাৰ বােব “ িধ মথন” আ ৰািতৰ ভাগত রদশন কেৰাৱাৰ বােব১। সীতাপৰু ী আ ২) মঘনাদ বধ।
দউৰীপাৰা ভািৰ গানৰ “ িধ মথন” আ “সীতপৰু ী” নাট খন ধৈনৰ
পৰু িণিভটা গাঁৱৰ নাট খনেকই িশকা। পৰু িণিভটাৰ ভািৰ গান দলিটেয় কৰ পৰা
আিন িশিকেছ সইেটা জনা নাযায়। মূল বা ওজা জনৰ নাম চাবৰু াম ৰাভা। ধৈন,
ঠকা গাঁৱৰ িবিশ সািহ যক, গেৱষক ৰােজন ৰাভােদেৱ স কালেত পৰু িণ
িভটাৰ ভািৰ গান দ’লত লাখৰ চাৱাৰ নাচ নািচিছল। এইেটা স য। তওঁ িনজ
মেু খই কাৱা আ গাঁৱৰ তওঁৰ সমবয়সীয়া লােক রকাশ কৰা আিজও মাৰ
মনত পেৰ । পৰু িণ িভটাৰ এই িধ মথন আ সীতা পৰু ী নাট খনেকই ললাৰ
পখু ৰু ীপাৰা আ ডািবলী গাঁও খনৰ লাক সকেল লগলািগ ভািৰ গান িশিকিছল।
এই পখু ৰু ীপাৰা- ডািবলী ভািৰ গানৰ দ’লত মািনকগ িনকতৱতী খামাৰী গাঁৱৰ
ট টন ৰাভাই বাইনত সহেযাগীতা কিৰিছল। উে িখত য- সই িধ মথন আ
সীতাপৰু ী নাট ছামািটয়াৰ িনকতৱ ী বৰপাথাৰ গাঁৱত িশিকিছল। বৰপাথাৰ গাঁৱৰ
ভািৰ গান দ’লত মূল (ওজা) আিছল চলথপ ৰাভা ( কশৱ ৰাভাৰ বােপক)। সই
নাট েয়াখনেকই আিজৈল জীয়াই ৰািখ আেছ দউৰীপাৰা ভািৰ গান দলিটেয়।
দউৰীপাৰা ভািৰ গান দ’ল রথম সংগঠনৰ মূল (ওজা) আিছল- কণাৰাম
ৰাভা। সই সংগঠন িকছ ু কাল চিল যাৱাৰ িপছত ি বতীয় সংগঠনত “ িধ মথন”
নাটৰ মল
ু রীিমিহৰত ৰাভা (জীিৱত), সীতাপৰু ীৰ মূল পি র ৰাভা। ভাওঁনা
রদশনত আগভাগ লাৱা ভাওৰীয়া নথকা হতু রীিমিহৰথ ৰাভাই ভাওঁনাৰ
[ ১৩ ]
আগভাগ
লাৱাত পি ৰ ৰাভাই “ িধ মথন” আ সীতাপৰু ী” এই খন নাটৰ
মূল (ওজা) হ'ব লগীয়া হ'ল। সই কালেচাৱােত ছাটমািটয়া নাৱাপাৰা গাঁৱৰ ৺
গৗৰেমাহন ৰাভা আ পৰু িণ হাতীমূৰা গাঁৱৰ ৺পচা ৰাভাক অ াদ ধিৰ “ মঘনাদ
বধ” নাটখিন িশেক আ ৰদশন কেৰ। মঘনাদ বধ ৰািতৰ ভাগত ৰদশন কৰা
হয়। এই নাটকৰ মূল (ওজা) ৺বীেৰ বৰ ৰাভা। সময়ৰ গিতত সকেলা এেকই
নাথােক।“ মঘনাদ বধ”ত নমু ানৰ অিভনয় কেৰাওঁতা ৰীটুেপন জেু ৰা S.S.B.
12
িনযিু পাই চাকিৰত যাগদান কিৰবলগীয়া হাৱাত আ বাইন জন বঢু া় হ
অহাত তেনই দ’লিট িন ীয় হ পেৰ।
অৱেশষত যাৱা ইং ৩১/৫/১৯৮৮ তািৰখত পনু ৰ সজীৱতা ধাৰণ কিৰ
ত ৃতীয় সংগঠন পত দউৰীপাৰা ভািৰ গান দ’ল সজীৱতা লাভ কেৰ। ইয়াত
অ াদ িহচােব পিৰচালনা কেৰ ৰীিমিহৰথ ৰাভা।
“ িধ মথন” নাটত মূল(ওজা) ৰীেদেব বৰ ৰাভা। অৱেশষত ৰীদহন ৰাভা
আ ৰািত ভাগত “সীতাপৰু ী” নাটত মূল (ওজা) ৰীদহন ৰাভা আ ৰীিদলীপ
কুমাৰ ৰাভা। স ৰিত এই পেত চিল আেছ দউৰী পাৰা ভািৰ গানৰ দ’ল।
13
[ ১৪ ]
ভািৰ গানৰ িকছ ু আেলাচনা
আহক ! এিতয়া “ দউৰীপাৰা ভািৰ গান” স কত িকছ ু আেলাচনা কেৰাঁ।
দউৰীপাৰা ভািৰ গান দেল িদনৰ ভাগত আেবিল এটা বজাৰ পৰা আৰ কিৰ
বিল ডুব যাৱাৰ িকছ ু সময়ৰ আগেত “ িধ মথন” নাটখিন শষ কেৰ। “ িধ
মথন” নাট এিট কাি যক গীিত-ন ৃ য। কাি যক বণনা অিত মধৰু আ গভীৰ ।
দাশিনকতাৰ মােজেৰ পৰ বণনা কিৰব িবচািৰেছ। রীকৃ লীলা রকাশ কৰাব
িবচািৰেছ। সই কাৰেণ এই গীিত-নতযৃ্ ৰ ভাৱধাৰা অিত গভীৰ। মাৰ দেৰ
শা ৰৰ অনিভ লাকৰ বােব ভাৱাথ আয়ৎ ব কৰা বৰ টান। আিম জেন
িশকাই িদয়া সেু ৰেৰ গীতেবাৰ গাই ভালেহ পাওঁ িক ভাৱাথ এেকা বিু জেয়ই
নাপাওঁ। যেন—
ই রেক দিখেলন বডে় ৰ,
আিৰেয়াও আিম যা হইলাম পৰেৰ ॥
এক ই র পজ
ু তুিমেৰ,
আিৰেয়াও দশ ই র থাকুৰ আিমেৰ ॥
এক ই র পজ
ু পদৰ তেলেৰ,
আিৰেয়াও দশ ই র নখৰ জেলেৰ ॥
চাইয়া দেখা নখৰ চাে েৰ,
আিৰেয়াও কৗিট ই ৰ পিৰয়া কাে েৰ॥
সই দৱৰ কাৰেণ লিনেৰ,
আিৰেয়া ও সই দৱৰ দৱতা আিমেৰ॥
14
আমােক লবিন িদবােৰ,
আিৰেয়া ও র া আিদ দেৱ পাবােৰ॥
[ ১৫ ] গাই
ভাল লােগ। িনও ভাল লােগ৷ গীিত-ন ৃ যৰ অ ী-ভ ী চাই ভাল
লােগ৷ এেনৈকেয় পূজাৰ আেবিল সময় পাৰ কেৰাৱাত সহায় কেৰ৷ ইয়াৰ মােজ
মােজ ভাওঁনা বা নকলওঁ ৰদশন কেৰাৱা হয়। ভাওঁনােবাৰ এক অ ীয়া নাট
আকাৰ বা ভাওঁৰীয়া গীত আকাৰত রদশন কেৰাৱা হয়৷ সই বােব হয়েতা ভািৰ
গানক ভাওঁৰীয়া বা ভাওয়াইয়া গীত বিু লব িবচািৰেছ । রকৃতেত ই তেন নহয়।
নাটখনৰ কািহনী গীত বেলগ আ ভাওঁনা বা নকলৰ গীত বেলগ বেলগ। নকল
বা ভাওঁনােবাৰ নাটখনৰ িযেকােনা সময়েত রদশন কেৰাৱা হয় । দশকৰ
এঙামিু ৰ ভেঙাৱাৰ বােব। দউৰী পাৰা ভািৰ গানৰ “ িধ মথন” গীিত-ন ৃ য নাটখন
কােনা ঘটনা ব ল নহয়৷ ন লাল, ন ৰাণী, ৰা ালাল আ বলৰাম এই চািৰও
জনৰ মাজেতই সীমাব । দনি ন ঘ ৱা পিৰেবশৰ কাি যক বণনা মােথান।
েয়া ভাই-ককাইেয়েক বনৰ মােজ মােজ িকয়? কেন দেৰ নািচ নািচ খিলিছল?
কৃ ৰ লীলা কেন দেৰ ? ন ৰাণী কেনদেৰ সাজন-কাচন কিৰিছল ? গীিতন ৃ যত সইেবাৰ বণনা আেছ।
ৰাণী িক চাজনেনা চােজ হ ৰাণী
ও - - - ৰাণী িক চাজনেনা চােজ, চাজনেনা ৰল ৰাণী৷
ৰাণী ঝানােৰা ঝুনােৰা, ঘাগােৰা ঘগু ােৰা,
ৰতন িনফেু ৰা, বাজাইেছ পায় ।
ও - - - ৰতন িনফেু ৰা বাজাইেছ পায় ॥
ৰাণী ধীেৰ ছিলয়া আয়েৰ ৰাণী ।
ও - - - ধীেৰ ছিলয়া আয় িত নয়ন পায় ॥
15
িযেটা দৱ- দৱীৰ পূজাৰ থানত নাটখন রদশন কিৰব সই দৱ- দৱীৰ
নাম ৰণ কিৰ জয় বিন িদ জৰু ণ বািজ (আৰ িণ বািজ) িদব। জৰু ণ বািজ িদয়াৰ
িপছত ভগৱান রীকৃ ক ( গ ৰ ) আহবান জনাব৷ তাৰ িপছত গীিত-ন ৃ য কিৰ
[ ১৬ ]
যাব৷
ব না
১নং- গ ৰ আইেছা হ
তুিম নে ৰ শাৰ
দয় মােজ হ॥
ও গ ৰ একবাৰ উদয় কৰ,
দয় মােজ হ॥
*** *** ***
২নং- বল ও বেন মােজ নােচ ন ভাই, গ ৰ;
ও বল ও বেন মােজ নােচ, ন ভাই।
নােচ ন ভাই, নােচ ন ভাই,
রেমৰ হােত বচাও আেলা চ র িনতাই।
হাত হই য ৰী বা া,
রেমৰ হােত, রেম হােত।
ৰাজা হই য িনতাই ন গা,
িনতাই বৰেণ য কেৰ আৰ গ ৰ ।
ওঁ - - - - - - -
16
এই গীিত-ন ৃ য শষ হেল ৰা ালাল আ বলৰাম (লাখৰ চাৱা) নাচ
রদশন কৰাব। গীিত-ন ৃ যৰ মা যমেৰ কাি যক বণনা সমূহ আগবঢা় ই যাব আ
ঘটনা সােপে ভাওঁনাৰ আকাৰত অিভনয় কিৰব। ন লাল যিতয়া কামৰ পৰা
আিহ ঘৰৰ চৗহদত সামায় তিতয়া ন লালৰ ন ৰাণীৰ ৰিত কেন খং,
ৰা ালােল “ িধ মথন”ৰ সময়ত মাক আ দউতাকক কেনেদেৰ িদ দাৰ
(আমিন) িদেয় তাক অিভনয় আকাৰত ৰদশন কেৰাৱা হয়। স বেশষত
[ ১৭
]
গক
ৰাইজৰ ম ল কামনা কিৰ গীিত-ন ৃ য সামৰা হয়।
ু লবাসী
গীিত-ন ৃ য
ভাই ভাই রম দান কেৰ মহা সেু খ।
অ - - - জয় জয় আন হই য গকুেলৰ ৰেজ॥
সভাসদ ৰাইেজ দৱ- দৱীৰ নাম ৰণ কিৰ ম ল বিন (হৰ বিন) িদ
িধ মথন গীিত–ন ৃ য নাটখিন ইমােত সামিৰব।
17
ৰািতৰ ভাগত রদশন কৰা “সীতাপৰু ী” নাটখন ৰািতৰ আহাৰ (ভাত)
খাৱাৰ িপছত ৮/৯ বজাৰ পৰা আৰ কিৰ ৰািতপৱু া বিল পাহৰ নেদখাৈলেক
নাটখন রদশন কিৰ থািকব লােগ। ইয়াৰ কাৰণ এেয় য- সীতা দৱীক অ ী
পৰী া কৰাৰ সময়ত সূয্য দৱতা তাৰ স খু ত আিহ ৰাম চ রক সা ্য রমাণ
দািঙ ধিৰব লািগব। সীতা দৱীৰ অ ী পৰী াত সইবােব পিথৱীত
বিলৰ পাহৰ
ৃ
দখা িদব লােগ। সীতাক ৰাম চ রই অ ী পৰী া কিৰেলই “সীতাপৰু ী”ৰ নাট
যৱিনকা পেৰ ।
িয দৱ- দৱীৰ মি ৰত নাটখন রদশন কেৰাৱা হয় সই দৱ- দৱীৰ নাম
ৰণ কিৰ জয়ৰ ম ল বিন িদ নাটৰ জৰু ণ বািজ (আৰ িণ বািজ) িদয়া হয়। এই
জৰু ণ বািজৰ লগত সংগিত ৰািখ এজেন হাতত মহতাৰ জইু ল নািচ নািচ ম
রদি ণ কিৰ ম মক
ু ু িল কিৰব। তওঁক খউ জাৰা বিু ল কয়। (ইয়াৰ িবক
িকবা ভাল নাম আেছ নিক নজােনা) তাৰ িপছত ব নাৰ গীত। ব না গীত
[ ১৮ ] নাটৰ ঘটনা সমূহৰ গীিত-ন ৃ যৰ মা যমেৰ আগবািঢ় যাৱা হয়।
িপছত
ৰাৱণ ল াৰ ৰজা । ৰজা য'ত গমন কিৰব তাত সকেলা িঠক-থাক থািকব লািগব ।
সই কাৰেণ ৰা া-ঘাট িঠক কিৰবৰ বােব ৰাজ কমচাৰীৰ দৰকাৰ। ৰাজ কমচাৰী
সই িদনৰ ইংৰাজ আমলৰ িচপাৰী জনেকই ভাওঁনাৰ অিভনয় আকাৰত ৰদশন
কেৰাৱা হয়। িচপাহী জেন গীত গাই গাই ওলাই আিহব । পালীেবােৰ িচপাহীৰ
গীতেবাৰ গাই যাব ।
িচপাহীৰ গীত
18
এসা দেখা ক ানী এসা বাহা ৰ
মািৰ আইলাম আসাম মল
ু ক॥
আসাম ব ল মািৰয়া ক ানী খাজানা
হােৰ লাল লাল, হােৰ লাল লাল
হাজেৰ িবজােৰ আেহ পৰনা॥
-------------------------
চু ,চু , চু ॥ (িচপাহী জেন পািলেবাৰৰ গাৱা গীত ব কিৰব) িচপাহী জেন ক’ব
— ৰাৱণ ৰজা আিহবৰ বােব ৰা া ঘাট যতন কিৰবৈল গাহনীয়া ৰাইজ তৰফৰ
পৰা কামকৰা ঝা দাৰ িদব লােগ। গাহনীয়া ৰাইেজ িচপাহী জনক ঝা দাৰক
মািতব িদব । িচপাহী জেন ঝা দাৰক মািত িদয়াত ঝা দাৰ জন ভাওৰীয়া গীত
গাই গাই ওলাই আিহব। ঝা দাৰ জেন ক’ব আ আমাৰ হােলাৱা দাদা আেছ
বিু ল ক হােলাৱা দাদাক মািতব। হােলাৱা দাদাই কা ত নাঙলৈল ভাওৰীয়া গীত
গাই গাই ওলাই আিহব। িচপাহী আ হােলাৱা দাদাৰ মাজত অিভনয় আকাৰত
কথপকথন চিলব। হােলাৱা দাদা অকেল ৰা া-ঘাট যতন কিৰব নাৱােৰ। গিতেক
তওঁ পাহাৰৰ ওপৰত বাস কৰা আমেবং গােৰা নকমাক মািৰব। গােৰা ন মাই
পালী-পহৰী সেত আিহ অিভনয় আকাৰত কথপকথন চিলব। কথপকথনত
িচপাহীজেন িহ ীত, হােলাৱা দাদাই ানীয় ভাষাত আ গাৰৰ ন মাই গােৰা
[ ১৯ ] মাত মািতব। শষত ৰা া ঘাট ভাল কৰাৰ স িত িদ কাম আৰ কিৰব৷
ভাষাত
তিতয়া হােলাৱা দাদাই িচপাহীক এেনদেৰ ক'ব --িটলাৰ মািট খালত িদলং।
খালৰ মািট িটলাত িদলং।
ইয়াত য'ত আপা আিপৰ
19
হাগা-মত
ু া আেছ,
িচপাহীৰ মাথােত িদলং ।
িচপাহী জেন লাজ পাই িকবা-িকিব বল
ু িক র ান হ'ব লগেত হােলাৱা দাদা
আ গােৰা ন মা সকেলও র ান হ'ব । তওঁেলাক র ান হাৱাত মূল (ওজা)
জেন গীত-ন ৃ য মা যমেৰ িদশা আ পদ সমূহ গাব আ গাৱাৰ অ ত ৰাৱণ
ৰজা কতুৱা- ভতুৱা আ এজন বৰকা াজ (বিটছ
ৃ আমলত খবৰ িদয়া লাক)
ওলাই আিহব । তওঁেলােক আিহ পাৱাত মূল (ওজা) জেন গীতৰ িদশা আ পদ
সমূহ গাব । গাৱাৰ শষত ৰাৱণ ৰজাৰ সংলাপ সমূহ মূল জেন বৰা টািন গাব।
ৰজা জেনওঁ মখু াৰ িভতৰেত সংলাপ িখিন কব। মখু াৰ িভতৰত কাৱা সংলাপ িখিন
না পােলওঁ বিু জ পাৱাত টান হয়। সই বােব “সীতাপৰু ী”নাটত মখু া রদশেনই
যেথ । ৰাৱণ ৰজা আিহ পাৱাৰ লেগ লেগ ৰজাৰ বােব খাবৈল অনা খা য
সাম রী যাগান ধৰা ভািৰ সকলও খা য-সাম রী ভাৰ বাি ল আেহ।
তওঁেলাক ৰাভা, কছাৰী। ভাওঁনাৰ আকাৰত ব ৰঙী গীত আ কছাৰী গীত গাই
গাই মদৰ িনচাত উপি ত হয়। বৰকা ােজ আ িলক ভাষাত; ভািৰ জেন ৰাভা
আ কছাৰী ভাষাত ভাওঁনা আকাৰত কথপকথন চেল। কথপকথন শষ হাৱাত
তওঁেলাক র ান হয়। তিতয়া কতুৱা- ভতুৱাই গীত গায়।
কতুৱাৰ গীত
ওেভ বিৰ ৰােধ গা ময়লান গা আৰ িপৰিত কৰব না।
যখেন কিৰলাম িপিৰিত িনম গােছৰ তেল,
িনমৰ দািন ভাি য়া পেৰ ৰােধ বৰীৰ গােয় গা;
[ ২০ ]
মায়লান আৰ িপিৰিত কিৰব না ।
সিৰ তাৰওঁ বােপ িবসাৰ জােন না অেভ বৰী,
ৰােধ গা ময়লান গা আৰ িপিৰিত কিৰব না।
20
যখেন কিৰলাম িপিৰিত বৰ বা ালা তেল,
বৰ বা ালা ভাি য়া পেৰ ৰােধ বৰীৰ গােয় গা;
ময়লান গাঃ আ িপিৰিত কিৰব না ।
--------------------------------------------------------------------------------এই গান কতুৱাৰ ভাই ভতুৱৰ মতুৃ ্য হ’ল। রাণ বায়ু উিৰ গ’ল। কতুৱা
িন পায় । তিতয়া গাহনীয়া ৰাইেজ কতুৱাক কিবৰাজ িবচািৰ জৰা-ফক
ু া কিৰ
জীয়াই তুিলবৈল পৰামশ িদব। ভতুৱা মৰাৰ গ ত কাউৰী আিহল। বাঘ আিহল ।
বাঘ অহা দিখ বাঘক মািৰবৈল ব ুকধাৰী িচকাৰী আিহল। কতুৱা কিবৰাজ
িবচািৰ িবচািৰ বাটত এজন কিবৰাজ নবীন ব যনাথক লগ পােল। নবীন
ব যনাথক মছু লমান
পত রদশন কেৰাৱা হয়। ভাওঁনা আকাৰত কতুৱা আ
ু
ব যনাথৰ কথপ কথন চেল। নবীন ব যনােথ ম ৰেৰ জৰা-ফক
ু া কিৰ ভতুৱাক
জীয়াই তুিলেল। এইেটােৱই সীতা পৰু ীৰ ৰাৱণ ৰজাক ম ত ভাওঁনা পত
ৰদশন কেৰাৱা দ ৃ য। এই দ ৃ যত ৰাৱণ ৰজাৰ ৰাজ ঘৰীয়া িবষয়া িহচােব ব ুক
ধাৰী িচপাহীক রদশন কৰাইেছ । ৰাৱণ ৰজা আিহবৰ বােব ৰা া-ঘাট চাফা
কিৰবৈল হােলাৱা দাদা আ পাহাৰৰ আমেবং গােৰা ন মাক রদশন
কেৰাৱাইেছ। ৰাৱণ ৰজাৰ লগত ইংৰাজ আমলৰ বৰকা াজ রদশন কেৰাৱাইেছ
আ খা য সাম ৰীৰ ভাৰ বহনকাৰী ভািৰ ( বগাৰী) িহচােব ৰাভা, বেডা় সকেলাক
রদশন কেৰাৱাইেছ। ধমীয় ত ব মেত আ াৰ লগত কাউৰী আ বাঘ িন য়
িকবা িনিবৰ স ব আেছ। সই বােব কাউৰী আ বাঘক এিৰব নাৱািৰেল আ
অ ল বাসীেলাক িহচােব নবীন ব যক মছু লমান
পত ৰদশন কেৰাৱাইেছ ।
ু
ইয়াৰ উপিৰও দশক ৰাইজৰ গা-এঙামিৰ ভঙাবৰ বােব মােজ মােজ ভাওঁনাৰ
[ ২১ ] ম
(নকল)
কেৰাৱা হয় । তেন বাৰত ডুম-ডুমিনৰ িবলত মাছ মৰা আ
িবলত মাছ মৰাৰ বাবদ খাজনা উেঠাৱা চৰকাৰী িবষয় ববীয়া সকলক ভাওঁনাত
ৰদশন কেৰাৱাইেছ।
21
ভািৰ গানত িদশা আ পদেবাৰ গাই গাই গীত-ন ৃ য আগবঢা় ই ল যাৱা
হয়। পদেবাৰত মখু া ৰদশন কৰাবলগীয়া হেল আ সংলাপেবাৰ নাব লগীয়া
হেল মূল (ওজা) জেন গানৰ বৰা টািন নায়। যেন—
ৰাৱণ বেল ন কতু আমাৰ বচন।
শীে ৰ কিৰ সাজাই আন ৰ িসংহাসন॥
এেনদেৰ িদশা-পদ বাৰৰ যােগিদ আগবঢা় ই িনয়া হয়।
22
সীতাপৰু ী নাটকৰ জ কািহনী
দউৰী পাৰা ভািৰ গানৰ কথা কেল মাৰ িবজনী ৰাণী অভেয় বৰীৰ জীৱনৰ
কথা মনৈল আেহ। সীতা আ ৰাম চ ৰকৈল যেনৈক ৰামায়ণ ৰচনা কিৰেল; এই
ৰামায়ণৰ কািহনী নাটত িচ াশীল িশ ী গৰাকীেয় ভািৰ গানৰ ভাওঁনাত ৰাণী
অভেয় বৰীৰ জীৱনৰ লগত িমল খাৱা গীত ৰচনা কিৰব নপাহিৰেল। ৰাণী
অভেয় বৰীৰ জীৱনী উে খ কিৰেল িলখনী িদঘলীয়া হ'ব বিু লেয় ইয়াত উে খ
কিৰব কিৰব পৰা নগল যিদও পিু থখনৰ শষত সি িব কিৰ িদয়া হ'ল৷ ৰাণী
অভেয় বৰী ৰাভা স ৰদায়ৰ লাক আিছল। ৰজা কুমদু নাৰায়ণ অভেয় বৰীক
িবয়া কেৰাৱােক আিদ কিৰ ৰজা কুমদু নাৰায়ণৰ মতুৃ ্যৰ িপছত িয লিু ট লা নাত
ভিগ মতুৃ ্য বৰণ কিৰব লগীয়া হ'ল- সই ঘটনাৰািজেয় সীতা দৱীৰ লিখয়া। ৰাণী
হ সখু ৰ সংসাৰ ভাগ কিৰব নাৱাৰীেল। কতুৱাৰ গীতত বৰ বাঙালাৰ কথা
উে খ আেছ। বৰ বাঙালাই ৰসাদেক বজ
ু াইেছ। তােমালৰ ডাব আ নািৰকলৰ
[ ২২গছৰ
]
ডাব
পৰা সহজেত সিৰ নপেৰ। অম ল দখা িদেলেহ হেনা সিৰ পেৰ।
এইষাৰ কথা আমাৰ সমাজত লাক ৰবাদ আেছ। সেয় অভেয় বৰীৰ নামৰ
সেত সংগিত ৰািখ নািৰকলৰ ডাব সিৰ পৰাৰ কথা গীতত উে খ আেছ। ৰাণী
অভেয় বৰী ১৯১৮ চনত মতুৃ ্য হ’ল ৷ সেয় এই “সীতাপৰু ী”নাটখন তওঁৰ জীিৱত
কালেচাৱাত নতুবা মতুৃ ্যৰ িপছত ৰচনা কিৰব লািগব। কাৰণ ৰাণী অভেয় বৰীৰ
জীৱ কালত ৰাজকায্য ভাৰকৈল ই সিতনীৰ মাজত িবচাৰ চিলিছল আ নজৰ
বি ত ৰািখিছল।
এিতয়া এই ভািৰ গানৰ সীতা পৰু ী নাটখন কােন ৰচনা কিৰিছল? ক’ত
ৰথম ম কিৰিছল? কান অ লত বিচ ৰদশন কেৰাৱা হিছল? সইেবাৰ
এিতয়া অ যয়ন কিৰেল ইয়াৰ আঁিত িৰ িবচািৰ পাৱা টান যিদও সহজেত ওলাই
পিৰব যন লােগ। ভািৰ গানৰ ব েকইখন নাট আেছ; যিদও “সীতাপৰু ী” আ
“ িধ মথন”নাট খনেকই ৰথমেত ৰচনা কিৰিছল বিু ল মাৰ অনমু ান হয়। কাৰণ
23
িদনৰ ভাগত ৰদশন কেৰাৱাৰ বােব িধ মথন ৰচনা কিৰিছল। িধ মথন
নাটখনত কােনা অিভনয়ৰ সংলাপ নাই; আেছ যিদও ভাওঁনা আকাৰত িহ ী
ভাষাত আেছ। ৰািতৰ ভাগত িয “সীতাপৰু ী” নাট ৰদশন কেৰাৱা হয়, সই
নাটখনেটা কােনা অিভনয়কাৰীক অিভনয়ৰ পাঠ কিৰব নলােগ। লােগ কৱল
গীতৰ পদেবাৰৰ অনযু ায়ী মখু া ৰদশন কিৰব। সংলাপেবাৰ গীিত-ন ৃ যৰ
যােগিদেয় আগবঢা় ই িনয়া হয়। িক ৰাৱণ বধ, মঘনাদ বধ আিদ নাটেবাৰত
অিভনয়কাৰীেয় অিভনয়ৰ পাঠ কব লােগ। যা ৰা অিভনয়ৰ প এই বাৰ নাটত
দিখবৈল পাৱা যায়। সেয় এইেবাৰ নাট িধ মথন আ সীতাপৰু ী নাটৰ িপছত
ৰচনা কৰা হ'ব লািগব।
ধৈন, ঠকা গাঁৱৰ িবিশ সািহি যক, গেৱষক ৰােজন ৰাভাৰ জ ইং
১৯২০ চনৰ কািত িব ত। ধৈন, ঠকা গাঁও আ পৰু িণিভটা এই খন গাঁেৱ
লগলািগ ভািৰ গানৰ দল গঠন কিৰ ম কিৰিছল। এই দলত িবিশ সািহি যক,
গেৱষক ৰােজন ৰাভা দেৱই লাখৰচাৱা নাচ নািচিছল। পৰু িণিভটা গাঁৱৰ চাবু ৰাম
ৰাভা ভািৰ গানৰ মূল (ওজা) আিছল। চাবু ৰাম ৰাভাৰ পু ৰ পচা ৰাভা। তওঁ
যা[ ২৩ৰা] গান িশকাই ও াদ েপ নামী যাি িহচােপ পিৰিচত আিছল। িপতাপু র েয়াজেনই িশ ী ৰণীৰ লাক আিছল৷
যাইেত যাইেত পালংু ললা,
তােত ডুিবল বলা।
়ু ংু ,
পাটপাৰা বড
ু ল
তােত একৰািত লংু ।
বড
ু ংু গাঁৱখন ৰংজিু লৰ উ ৰ িদশত৷ ভাওঁনাৰ গীত মাতত এই ঠাইেবাৰৰ
ু ল
নামেবাৰ ধৈন অ লেৰ কব পািৰ। িঠক তেনৈক—
লংেলং লংু লংু খাপা বাে ,
24
মচ পাৰীয়া ঝৱা ।
জাক কামাৰায়া মিৰবা দৰায়,
উজান িদিগৰ ঝৱা ।
এই ভাওঁনাৰ গান ধৈন অ লত িমিল যায় । কাৰণ মচপাৰা, গাৱালপাৰা
চহৰৰ ফােল আ উজান িদিগ বিু ল কেল ধৈনৰ পূৱ িদশেক বজ
ু ায়।
ৰাৱণ ৰজাৰ বােব িয খা য-সাম রী কিঢয়় াই অনা ভািৰ ( বগাৰী) সকেল
গীত গায় সইেটা কছাৰী গীত আ ব ৰঙী গীত । সই ব ৰঙী গীত ধৈনৰ পূৱ
িদশেতই উৎপি । সেয় ধৈন, ৰংজিু ল এই অ লেতই ভািৰ গান ৰচনা কৰা
িশ ী গৰাকী থািকব লািগব। কান তওঁ ?
১৮৩৭ চনত অসমত বাংলা ভাষাক চৰকাৰী ভাষা ঘাষণা কৰা হিছল।
(Wikipadia অসম বৰু ী) তিতয়ােৰ পৰা অসমত বাংলা ভাষাৰ িশ া িদয়া
হিছল। সেয় নৱ ৰজ ৰ িশ ীসকেল ভািৰ গানৰ গীিত ন ৃ যেবাৰ বাংলা
[ ২৪ ] ৰচনা কিৰব লগা হ'ল। কাৰণ বাংলা ভাষাত ান লাভ কৰা িশ ী৷
ভাষাত
গীত কইফািক
সীতা পৰু ীৰ ব নাঃ
১নং :- হা - - - ৰাম ৰাম ধ য ধ য সয্য বংশ পালনং
ি র বংশ বংশ কিৰ দ য ৰাম কৃ যনং
নমঃ হিৰ দয়া ময় এই ি রভূৱেন কয়
ক জােন তামাৰ মিহমা
25
চৗদােক রজাপিত শ মেু খ কৰ িত
তওঁেতা রভু িদেত নিৰ িসমা
উ ৰেখ বালেক কয়, হে প লিৰ লয় জনিন খ পায়
সইেটা জানিন একবাৰ মেন পিৰয়া ৰয়
নীলমিত প আিম, িক কিৰেত পািৰ
িনজ েপ দয়াময় কেৰােহ চ র পািণ ॥
হা - - - ৷
**** **** ****
৪নং িদশা : ওঁ - - - ৰােম, বৰণ বি ব হ ৰাম, যগু ল বৰেণ
িক ওঁ ৰােম বৰণ বি ব হ ৰাম ॥
পদঃ
ৰাম ৰাম রভু ৰাম কমেল লাচন
কৃপা কেৰা িদনব ু লিভ ৰাম চৰণ॥
পূবেয বি য়া গাইব হ পূেব ভানচু ৰ
দি েণ য বি য়া গাইব হ যেমেৰ নগৰ ॥
উ েৰ য বি য়া গাইব হ কলাশী িশখৰ।
পি েম য বি য়া গাইব হ সমা ী সাইগৰ ॥
ম মে য বি য়া গাইব ভীম একাদিশ।
[ ২৫ ]
পু মে য বি য়া গাইব আ যৰ তুলিশ ॥
িশৱ ভলানাথ ব ং মােথ যঠাধািৰ।
িশে বেল ৰাম ৰাম দ ব বেল হিৰ॥
কৃি বাস পি ত যন জ হই য ভ ণ।
ভি কিৰেত পািৰলাম আিম ৰীৰাম বৰণ॥
ণী উপৰ ণী হইয়া জবায় সবা, খাওঁ।
দহায় লােগ ভৰে ৰৰ ৰীৰামৰ মাথা খাওঁ ॥
26
**** **** ****
৮ নং িদশাঃ ৰাৱণ সািজেলাঁ ৰ, িক ল াৰ ভূৱেন,
ৰাৱণ সািজেলাঁ ৰ ॥
পদঃ
বেগিছেলাঁ ৰামৰ নামেৰ ভেব আিনেলাঁ ক
কৗিত কৗিত রণাম কেৰাংঁ ৰ ৰােমৰ আিনেলাঁ য ॥
য আিনেলাঁ ৰােমৰ নাম তিৰয়া গেলা স।
পাতিক তৰাইেত ৰােমৰ নাম, দশৰথ আিনয়ােস ॥
হিৰ নাম িবেন ৰ গািব নাম িবেন
বফলু া মনু য জ েৰ যায় ৰ িদেন িদেন ॥
সা ােত নলবা নাম ৰ ছেছ কিৰব িক
যখন যম দূেত বাি য়া িনেবেৰ উ ৰ িদবা িক॥
সা ােত নলবা নাম ৰ ছেছ কিৰব মানা
যখন যমদূেত বাি য়া িনেব ৰ ছেছ কিৰব হানা ॥
ৰাম ৰাম বিু লয়া যােব ৰ মিৰয়া যােব কুকুৰ
িব ু দূেত উিঠয়া বেল বকু ৰ থাকুৰ॥
**** **** ****
[ ২৬ ]
১৪ নং িদশা : পৱন চিলেলাঁেৰ, িক আেপানাৰ ভূৱন, আমৰা
উিঠবােৰ ৰথখান কৰেহ সাজন, পৱন চিলেলােৰ ॥
পদ :
দাক িন সাৰিথ কিৰেলাঁ গমন।
ৰাজাৰ সা ােত জাইয়া িদেলা দৰশন ॥
সাৰিথ বেল মহাৰাজ আমাৰ বচন।
আমাৰ দািকেছন মহাৰাজ িকেছেৰ কাৰণ ॥
27
ৰাৱণ বেল ন সাৰিথ আমাৰ বচন।
সাই ােত দিখেছা তুিম ল া িববাৰণ ॥
িদন িদন িবৰগন ল া কিৰেলা সংহাৰ ।
ল া পিু ৰ বালাইয়া কিৰেলাঁ চাৰখাৰ ॥
কাহাৰ ভৰসা আেছ কিহব কাহােৰ ।
ক আেছ বা ৱ
কিহ িনবাৰেণ॥
ন ন আেহ সাৰিথ আমাৰ বচন।
িশে ৰকিৰ সাজাই আেনা পু ৰথখন ॥
তাহা িন সাৰিথ কিৰেলাঁ গমন।
আিদ কুত প বতত যাইয়া িদেলাঁ দৰশন ॥
কািটয়া কুিতয়া ৰথখান কিৰেলাঁ চৗশাকা।
গগেন ধািকয়া যন চ র িদেলা দখা ।
ঘাঁৰাৰা গলেত বাে চাম গ া জলত।
লােহ লােহ চলাল ঘাৰা শদ ব ত দূৰত ॥
ঘাঁৰাৰ পায়ােত বাে কেণৰ িনফৰু ৷
অনৰু ঝনৰু বােজ ঘাঁৰা শদ ব দূৰ ॥
ৰথ সাজাইয়া সাৰিথ, আনি ত মন ।
ৰাজাৰ সাই ােত যাইয়া িদেলাঁ দৰশন ॥
ৰথ পাইয়া মহাৰাজ আনি ত মন।
এই সেল বিু ধম আিম, আিজ ৰীৰাম ল ণ॥
রথেম তুেল শল িহৰা ব া তািঙ ৷
[ ২৭ ]
তাৰ পােছ তুেল শল অ র চািঙ চািঙ॥
ি রফলু ি রফলু তুেল পাতিক মধু ক
ু ৰ।
শত শত নাক পাশ তুেল ৰেথেৰ উপৰ ॥
এিহ কথা ৰাৱণ ৰাজা কিহেলা যখন।
এইেটা চিললাম আিম যেু ৰ কাৰণ॥
28
হন কােল বাতা পাই য ৰাণী মে ধৰী।
স েত কিৰয়া লই য দশ হাজাৰ নাৰী ॥
*** *** ***
১৫ নং িদশাঃ আইেলাঁ ৰাণী মে ধৰী,
সে েত কিৰয়া লই য দশ হাজাৰ নাৰী,
আইেলা ৰাণী মে ধৰী ॥
পদঃ
ৰাণী বেল ন বামী আমাৰ বচন।
তাহাৰ সািহেত রভু যেু ৰ কৰেয় িবশম ৷৷
কু কণ সমান বীৰ নািচেলাঁ ি রভূৱেন ।
হন বীৰক বিু েলা রভু ৰাম নাৰায়েণ ॥
এশ শত পু র িছেলা ছাৱা শত নািত।
একাও না ৰিহেলা আিজ বংশ িদেত বািত ॥
ন ন অেহ বামী আমাৰ বচন ।
তাহাৰ সিহত রভু যু কৰেয় িবশম ॥
ৰাৱেণ বেল ন ৰাণী আমাৰ বচন।
িনঃিচে বিচয়া থােকা যাহ এিতখন ॥
সীতাক আিনয়া আিম দািশ কিৰয়া িদব৷
ল া হেন িভিবষণেক ৰ কিৰয়া িদব॥
ৰাৱণ বেল ন ৰাণী যাহ অ পেু ৰ।
িনঃিচে বিছয়া থােকা ল াৰ িভতেৰ ॥
ন ন অেহ ৰাণী আমাৰ বচন।
এইেটা চিললাম আিম যেু েৰ কাৰণ ॥ *** *** ***
[ ২৮ ]
২৯ নং িদশাঃ ওঁ সীতা কাে , কাে সীতা ভূিমত লত
ু ায়া,
29
পদঃ
ওঁ - - - সীতা কাে ॥
সীতা বেল ন বাছা পবেন ন ন
কহ িন কথায় আমাৰ ৰীৰাম ল ণ॥
নমু ান বেল মাওঁ কিৰ িনেবদন
কাে কিৰ লইয়া যামেৰ ৰভু দশৰন ॥
সীতা বেল ন বাছা পবেন ন ন
তামাৰ কা েত আিম নাচািৰব কদাশন ॥
ৰঘনু ােথ িদয়া আেছ রম আিল ন
িক মেত তুমাৰ কাে হইব আৰহণ ॥
ভ আৰ ভগৱান দেখা এক সমান
কহ িন কথায় আেছ আমাৰ ৰীৰাম ম ণ ॥
য'ত িছেলাঁ ধন জন ল াৰ মােজেৰ
সকল ধন িদেল আৰ সজ
ু াইেত নধেৰ ॥
নমু ােন বেল মাও িকছলু জনিন।
আশী বাদ দহ মাও এিহ ভা য কিৰ ॥
এেকা বৰ দহ মাও নাভািবব আন ৷
ৰাম তু হইবােৰ দহ এই বৰ দান ৷
নমু ােন বেল য'ত ৰাৱেণৰ নাৰী।
তাহাক মািৰেত হােত লইেছাঁ লিৰ ॥
তাহাৰ উিচত ফল মা কিৰব এই খােন।
আসাৰাইয়া মািৰব রাণ তামাৰ ব ৃ মােন ॥
ি রভূৱেন ভিৰব বাপু তামাৰ িব ৰম মনেহ।
ি রবেতা কিৰয়া বাছা কুেনা রেয়াজন হ॥
ৰাজপু র ইয়া তুিম বধু -বহৃ িত ।
তামাৰ ৰসােদ দখং রভু ৰঘপ
ু িত ॥
কও কও নমু ান, তুিম রভু কও যাই ।
[ ২৯ ]
জনম তািপনী সীতা আৰ কও নাই॥
30
সীতাক ৰাণাম কিৰ কিৰেলাঁ গমন
নািচেয় নািচেয় যায় রভু দৰশন॥
*** *** ***
এই দেৰ সীতা পৰু ী ৩৭ টা িদশা আ পদেবাৰ আেছ। এইেবাৰৰ উপিৰও
ভাওনাৰ গীত আলাদা ( িকয়াৈক) ক আেছ। গান চৱু ািন (অিধবাস) গীত
আলাদাৈক আেছ । পদাৱলী বা উপল ্যা গীতৰ িদশােবাৰ বেলগ বেলগ। পদ
িক এেকই।
ভািৰ গান িদনৰ ভাগত মহাভাৰতৰ আধাৰত ৰিচত িধ মথন গীিত-ন ৃ য
নাট রদশন কেৰাৱা হয় আ ৰািতৰ ভাগত ৰামায়ণৰ আধাৰত ৰিচত নাট সমূহ
রদশন কেৰাৱা হয়। সই বােব পূজাত বিল িদয়াৰ সময়ত গাৱা গীত (বিল
জীয়ানী গীত) নাই। বিল জীয়ানী গীত প পৰু াণ গীতেহ পাৱা যায়।
গান চৱু ািন (অিধবাস)ত গাৱা গান :
১নং :
২ নং :
যমনু ােৰ জেল যাইেত সে নাইেৰ ক গাপী
ও - - গাপী খলেক খলেক উেঠ যমনু ােৰ ঢৗ গাপী।
--------------------------------------------------------------------------এ হিৰ জয়েৰ জয়, এ হিৰ আনে ম েলা
এ হিৰ জয়েৰ জয় ॥
---------------------------------------------------------------------------
[ ৩০ ]
৩ নং : আয় ৰিত আয়েৰ, আয় ৰিত আয়েৰ
31
প িধপ সে গ ৰ চাৱা ৷
-------------------------------------------পূজাৰ আগিদনাখন স যা এই গান চৱু ািন গীত গাৱা হয়৷ দৱতাক আদিৰ
অনা হয়৷
সীতা পৰু ীৰ মখু ােবাৰঃ
ৰাণী অভেয় বৰী ৰজাৰ লগত িববাহ হাৱাৰ িপছত মাক-বােপকৰ
পিৰয়ালৰ উপাধী পিৰবতন হ'ল৷
32
[ ৩১ ]
33
ৰাণী অভেয় বৰী
(সং রহঃ- অভয়াপৰু ী
অসমীয়া িৱিকিপিডয়া)
জ : ১৮৬১ চন
জ ৰ ঠাই : িটলাপাৰা, উ ৰ শালমাৰা, অসম
মতুৃ ্য : ১৯১৮ চন
িপত ৃ : িনশাৰাম ব ৱা
মাত ৃ : ীেৰ বৰী দৱী
আনমু ািনক ১৮৬১ চনত উ ৰ শালমাৰাৰ িটলাপাৰা নামৰ ঠাইখনৰ বািস া
িনশাৰাম ব ৱাৰ ঔৰষত আ
ীেৰ বৰী দৱীৰ গভত অভেয় বৰীৰ নােম এিট
ক যা স ানৰ জ হয়। এই ক যা স ানিট ডাঙৰ হ অহাৰ লােগ লেগই
অতুলনীয় প লাৱ যৰ কথা চািৰওেল িবয়িপ পিৰল। সই সময়ত িবজনী
ৰা যৰ ৰজা আিছল কুমদু নাৰায়ণ ভূপ বাহা ৰ, যাৰ ৰাজধানী আিছল ডুমৰু ীয়া ।
তওঁৰ ৰাণী আিছল িসে বৰী দৱী। অপু রক হাৱাৰ কাৰেণ ৰজাই ৰাজকাযত
34
ভালৈক মেনািনেবশ কিৰব পৰা নািছল আ ৰােয় িচকাৰৈল িচ গিছল । আ
[ ৩২ ]
এেনৈকেয়
এিদন িচকাৰৈল যাওঁেত হাচডুবা নামৰ িবল খনত জাৈক বাই থকা
অৱ াত অ য পৱতী িকেশাৰী গৰাকীৰ ওপৰত ৰজা কুমদু নাৰায়ণৰ চকু
পিৰল। ৰাজাই তৎ ণাত তাইৰ পািণ রাথী হাৱাৰ িস া লেল, আ এই খবৰ
বৰকা াজৰ জিৰয়েত তাইৰ মাক- দউতাকৈল পেঠাৱা হ’ল। িক বদি েয় কয়
য, সইিদনা িনশাৰাম ব ৱাৰ ঘৰৰ স খু ৰ কঁঠাল জাপাত অেনক শ েণ কঁঠাল
খাইিছল আ গণকৰ মেত সয়া তওঁৰ পৱতী ক যাৰ িবয়া ভাজেক
সূচাইিছল। সই সময়ত িবজনী ৰা যৰ ৰজা আিছল কুমদু নাৰায়ণ ভূপ বাহা ৰ;
যাৰ ৰাজধানী ডুমৰু ীয়া ।
বৰ মিহষী িসে বৰী দৱীৰ হজাৰ বাধাক নওিচ কােনাবা এটা িদনত
ৰজা কুমদু নাৰায়েণ িকেশাৰী গৰাকীক িবয়া পােত। এই িবয়া আিছল অ ুত আ
িবতিকত। িহ ু ধমৰ রথা অনসু িৰ পিৱ ৰ অি ৰ স খু ত ৰাজ-পেু ৰািহতৰ ম র
উ াৰণৰ সময়ত িকেশাৰীগৰাকীৰ লগত ৰজা কুমদু নাৰায়ণ বয়ং বহা নািছল,
তওঁক রিতিনিধ ব কিৰিছল রকা এখন তেৰাৱােল। অিত কম সময়ৰ
িভতৰত বাভািৱকেতই তাই বিু জ উিঠিছল ৰজা কুমদু নাৰায়ণৰ সেত তাইৰ
স কৰ কথা। ৰজাকুলৰ অিধ া রী অভয়ােদৱীৰ নােমেৰই স য িববািহতা
সু ৰী মিহষীৰ নাম ৰজাই িদেল অভেয় বৰী।
আধিু নক িশ ােৰ িশি ত, সু ৰী আ বভাৱেতই গিবতা বৰ মিহষী
িসে বৰীৰ িবপৰীেত স মিহষী আিছল অিশি ত আ সৰলমনা বভাৱৰ ।
অভেয় বৰীক স ূণ েপ আধিু নক িশ ােৰ িশি ত কিৰ তালাৰ ভাৰ ৰজাই
অপণ কিৰেল বৰৰাণী িসে বৰীৰ ওপৰত। এফােল িহংসাৰ জইু ত দিহত হাৱা
িসে বৰীৰ জজিৰত অৱ া, আনফােল ৰজাৰ কেঠাৰ িনেদশ। িহংসাৰ
ফল ব েপ ৰাজ অে ষপৰু ত কািজয়াৰ সূ রপাত হ’ল। ই ৰাণীৰ কািজয়াৰ
ফলত ৰজা কুমদু নাৰায়ণৰ জীৱন িবষময় হ পিৰল। িবয়াৰ কইমাহমান িপছেতই
ৰাণী অভেয় বৰীেয় এটা চকু হ ৱাব লগা হ’ল । জন িতেয় িৰিঙয়াই য
পঢৱ়ু াই থােকােতই িসে বৰীেয় অভেয় বৰীক পািখ কলমেৰ আঘাত কৰাৰ
ফলেত এেন হিছল ।
35
ৰজা কুমদু নাৰায়েণ আশা কিৰিছল এিট পু র স ানৰ, িক ৰজাৰ সই
নহ’ল। ফলত ৰজা উদাস হ থািকবৈল লেল। ইমানেত বৰ ৰাণী
িসে বৰীেয় চ ৰ নাৰায়ণ দ ক পু ৰ িহচােপ লেল । তওঁৰ স ূণ নাম
আিছল– চ ৰ নাৰায়ণ চবু া (চবু াদাৰ)। িক হঠােত এিদন চ ৰ নাৰায়ণ
ৰাজকােৰঙৰ পৰা উধাও হ'ল। ৰাজবাৰীৰ পিৰেবশৰ লগত খাপ খাব নাৱািৰ তওঁ
িনজ জ গাঁও বিৰগাঁওৈল উভিত গিছল। ইফােল ই ৰাণীৰ মেনামািল যই ৰজা
কুমদু নাৰায়ণৰ জীৱনেটা িবসহ কিৰ তুিলেল। ৰাজকায্যৰ ৰিত তওঁ
এেকবােৰ উদাসীন হ’ল। িবষময় হ পৰা সংসাৰখনৰ পৰা আঁতিৰ থািকবৈল
ৰা যৰ দৱান জীৱনৰাম ফক
ু নৰ হাতত ৰা যভাৰ িদ কিতয়াবা ি বলঙৈল,
কিতয়াবা ধবু ৰু ীৈল, কিতয়াবা কিলকতাৰ চাউথ চাকুলাৰ ৰাডৰ ৰংমহলৈল িচ
গিছল ।
[ ৩৩ ]পূৰণ
আশা
এিদন কােনা এক িবেশষ কামত ৰজাই ই ৰাণীৰ সেত কিলকতাৈল গ’ল।
লগত গ'ল দৱান জীৱনৰাম ফক
ু ন। জন িত অনসু িৰ এই সময়েছাৱােতই
দৱান জীৱনৰাম ফক
ু নক ল বৰৰাণী িসে বৰীৰ চিৰ ৰৰ রিত ৰজাই সে হৰ
আঙিু ল টাৱায় আ এই ঘটনােটাত তী র অপমানেবাধ কেৰ। আ স ানত তী র
আঘাত লগা যন অনভ
ু ৱ কৰা ৰজাই ইংৰাজী ১৮৮৩ চনৰ ৯ মাচত চাকা
অ ৰেৰ িডিঙ ৰিপ ানাগাৰেতই আ হননৰ পথ বািছ লয়। মতা ৰ অনসু িৰ
ৰজাৰ মতুৃ ্য ষডয় রৰ ফলত ৗৰকমত িনেয়ািজত নািপতৰ বাৰা হয়। এই
ঘটনািট কিলকতােতই সংঘিটত হিছল।
ৰজাৰ মতুৃ ্যৰ িপছত ই ৰাণী কিলকতাৰ পৰা উভিত আিহ গাৱালপাৰাত
আ রয় লয়। িনজ ৰা যত ৰেৱশ কৰা লেগ লেগ ৰাজ কমচাৰী, আেমালা আ
রধান ৰজাসকল ই া অনসু িৰ ই দলত িবভ হয় আ ই ৰাণীৰ প লয়।
দৱান জীৱনৰাম ফক
ু েন বৰ ৰাণী িসে বৰী প লাৱাত সই প বিছৈক
শি শালী হয় আ স ৰাণী অভেয় বৰীক নজৰব ী কিৰ ৰা য চলাবৈল
আৰ কিৰেল। বৰ ৰাণীেয় স ৰাণীক নজৰব ী কিৰ ৰািখেয়ই া নাথািকল,
তওঁ সমেয় সমেয় স ৰাণীক হ যা কৰাৰ ষডয় রত িল হ’ল। এই ষডয় র
তী রতৰ হ উঠাৰ উমান পাই উপায় ৰ হ ৰাণী অভেয় বৰীেয় এিদন সকেলােৰ
36
অলি েত ৰাজগহৃ যাগ কেৰ আ গম হািবৰ মােজেৰ উে যহীনভােৱ
] গ থােক। পৰ িনশা ৰাণীেয় গাৱালপাৰ ’লালক
আ[ ৩৪ৱাই
ু া া’ নামৰ পাহাৰত
উপি ত হ’ল। এই অট য অৰ যখিনত িদনেতই সূয্যৰ পাহৰ নেদিখ। তথািপ
ৰাণীেয় হতাশ নৈহ ত িব ত শৰীেৰেৰ অৰ যৰ মােজেৰ আ ৱাই গ কলাস
চ ৰ সন (িকছমানৰ
মেত কশৱ চ ৰ সন)ৰ পিৰয়ালত উপি ত হয়। তেৱঁই
ু
অকালত বধ য জীৱনত খাজ পেলাৱা পৰম ধমপৰায়ণা দৱী ব পা ৰাণীৰ
দশা দিখ সস ােন আদৰ য কিৰ িনজৰ ঘৰত ৰািখেল আ অনিতপলেম
মহকুমািধপিতক খবৰ িদেয়। িনি ৰ িনৰাপ াৰ মােজৰ লইু তৰ বক
ু ু েৱিদ ৰাণীক
ধবু ৰু ীৈল পিঠয়াই িদয়া হ’ল। ৰাণী অভেয় বৰীৰ ভাত ৃ ভৱনী ৰসাদ ৰাভাই সই
সময়ৰ মছপাৰা (ল ীপৰু ) ইে টৰ অৱসৰ ৰা দৱান বৰদা নাথ হালদাৰৰ পূণ
সহেযািগতাত ১৮৮৭ চনত গাৱালপাৰাৰ ছাব জজ আদালতত গাচৰ তেৰ। স
ৰাণীৰ হ ওকালিত কিৰিছল কামা যা ৰসাদ সেন। গাচৰ চিল থকা সময়ত
ৰা যত িবিভ িবশংখলতা
আ অৰাজকতাই দখা িদেয়।
ৃ
দৱানী মাকদমাৰ িবচাৰত স ৰাণীৰ দাবী ম ুৰ হয় আ েয়া ৰাণীেয়
যৗথভােৱ ৰা যৰ দখল পাৱা সা য হয়। িবচাৰকৰ উ িবচাৰত স নৈহ
বৰৰাণী িসে বৰীেয় পালক নাৰায়ণক তালনীয়া পু ৰ িহচােব ৰহণ কিৰ েয়া
ৰাণীৰ যৗথ দখল পাৱাৰ িব ে পালক নাৰায়ণৰ বাৰা আদালতৰ দাৰা হয়
আ আেবদন জনায়। িক এই আপীলৰ শষ িবচাৰ নৗপাওেতই ১৮৯১ চনত
ৰাণী িসে বৰীৰ পৰেলাকগামী হয় আ ৰাণী অভেয় বৰী স ূণভােৱ ৰা যৰ
অিধকাৰী হয়। ৰাণী অভেয় বৰীেয় িবজনী ৰা যৰ শাসনৰ বাঘজৰী হাতত তুিল
লেল। ৰাণীৰ িশ াচাৰ আ মৰম চেনহত মু ৈহ সকেলােৱ ৰা যৰ ৰেমা িতৰ
বােব উিঠ পিৰ লািগল। ইমানেত ৰা যত অথসংকট দখা িদেল। ৰাজ কমচাৰী
সকলক দৰমহা িদ চেলাৱা টান হ পিৰল। ইয়াৰ উপিৰ ইে টৰ ৬ লাখ টকা ধাৰ
আিছল। সই সময়ত ৰাণীৰ ণমু ৰজা সকল অথ খাজনা িদ ঋণ পিৰেশাধ
কৰাৰ উপিৰ ৰাজভঁৰাল টনকীয়াল কিৰিছল। ৰা যৰ ম লকামী দূৰদশী ৰাণীেয়
যােগ ৰ নাৰায়ণক তালনীয়া পু ৰ িহচােপ ৰহণ কিৰ ৰা যৰ উ ৰািধকাৰী
[ ৩৫ ]আ
পােত
তওঁক উপযু িশ ােৰ িশি ত কৰাৰ কাৰেণ কাশীৈল পিঠয়াই
িদেয়।
37
মা র কুিৰ বছৰ বয়সেত পূণবয় যৗৱন অৱ ােত ৰাণী অভেয় বৰী দৱী
িবধবা হয়। তিতয়াৰ পৰাই তওঁ আমৰণ গ ৱা বসন িপি সাি বকভােৱ
রতচািৰণী িবধবাৰ দেৰ িদন কটাইিছল । অিত িনয়মত চলা ৰাণীেয় ৰাজকায
পিৰচালনা কিৰবৰ সময়ত মতৃ বামীৰ পা কােযাৰ ৰাজ িসংহাসনত ৰািখেহ িনেজ
ৰাজ সভাত বিহিছল।
১৮৯৭ চনৰ জনু মাহৰ বাৰ তািৰখ গােটই অসমজিু ৰ এক িব বংসী
ভূিমক হয় আ ইয়াৰ ফলত ৰাজধানী ডুমৰু ীয়া বংস হ যায় । ৰাজ
িবষয়াসকল ৰা যৰ নতুন ৰাজধানীখন যাগীেঘাপাত পািতবৈল পৰামশ িদেয়।
িক রজাবৎসল ৰাণীেয় এই পৰামশত স িত রদান নকিৰেল । কাৰণ তাত
ৰাজধানী পািতেল অেনক রজাৰ উে দ কিৰবলগীয়া হ’ব। অট য ভািঙ িবজনী
ৰা যৰ নতুন ৰাজধানী পতা হ’ল। ৰাজধানীখনৰ নাম ৰাণী অভেয় বৰীৰ
নােমেৰই ৰখা হ’ল আ সই মেমই বতমানৰ দৱদা নগৰী অভয়াপৰু ী। ১৯০৮
চনত ৰাণীেয় রিত া কিৰেল অভেয় বৰী মম’িৰয়ল হাই ুল। য’ত িবনামূলীয়া
িশ াদানৰ যৱ া কৰা হিছল আ সইখেনই িপছৈল উ ীত হ’ল অভেয় বৰী
উ তৰ মা যিমক িব যালয়ৈল।
ইিতমে য সম র িব বজিু ৰ রথম সহাসমৰ আৰ হ’ল। এই মহাসমৰৰ
ৰভাৱ ইংৰাজী উপিনেবশ ভাৰতবষেতা পিৰল। এইসময়েত ৰাণীেয় ইংৰাজৈল
িতিনখন বা চািলত নাও, নগদ একলাখ টকা আ এ বেু ল এখন আগবঢ়ায়।
রথম মহাসমৰৰ সামৰিণ পৰাৰ পাছত উ সহায়ৰ বােব ইংৰােজ তওঁৈল
’কাইজাৰ-ই-িহ ’ নামৰ এিট সাণৰ পদক আগবঢ়ায়। সই সময়ত অসমৰ
শাসনকতা আিছল আচেডল চাহাব । তওঁ প ীৰ সেত অভয়াপৰু ীৈল আিহ এখন
িবৰাট ৰাজ দৰবাৰ পােত আ উ দৰবাৰেত ৰাণীক স ািনত কৰা হয় ।
ৰাণী অভেয় বৰীেয় স ূণ একুিৰ চ য বছৰ কাল িবজনীত ৰাজ ব
কিৰিছল। কিতয়াবা িনজ হােত অিত পিৰকি তভােৱ গিঢ় তালা ৰা যখনৰ
ভিৱ যতৰ কথা ভািব তওঁ িবমষ হ পিৰিছল। ৰাজিসংহাসনখন যােত িনজৰ
[ ৩৬ ] হাতৰ িদ যাব পােৰ সেয় িনজ ভাত ৃ ভৱানী রসাদ ব ৱাৰ ক যাক িববাহ
বংশৰ
38
কিৰবৈল তওঁ তালনীয়া পু র যােগ ৰ নাৰায়ণক আেদশ িদেল৷ িক যােগ ৰ
নাৰায়েণ এই আেদশ র যা যান কিৰেল। এই কথাত ৰাণীেয় তী র
অপমানেবাধ কেৰ আ যােগ ৰ নাৰায়ণক পাতাশালত ব ী কৰায়।
পতাশালত থকা অৱ ােত যােগ ৰ নাৰায়েণ স ূণভােৱ মানিসক ভাৰসা য
হ ৱাই পলায় আ বিলয়া হয়। জদী অভেয় বৰীেয় কােনাপে য িনজৰ
িস া ৰ পৰা িতলমােনা আঁতিৰ নািহল।
ৰা যৰ উ ৰািধকাৰী আ তালনীয়া পাৰ িচ াই ৰাণীক িদেন িনশাই খিু ল
খিু ল খাবৈল ধিৰেল। নানা সম যােৰ ভাৰাকা হ ১৯১৮ চনত এই গৰাকী ৰাণীৰ
পৰেলাক রাি ঘেট।
39
সমা
40
About this digital edition
This e-book comes from the online library Wikisource[1].
This multilingual digital library, built by volunteers, is
committed to developing a free accessible collection of
publications of every kind: novels, poems, magazines,
letters...
We distribute our books for free, starting from works not
copyrighted or published under a free license. You are free to
use our e-books for any purpose (including commercial
exploitation), under the terms of the Creative Commons
Attribution-ShareAlike 3.0 Unported[2] license or, at your
choice, those of the GNU FDL[3].
Wikisource is constantly looking for new members. During
the realization of this book, it's possible that we made some
errors. You can report them at this page[4].
The following users contributed to this book:
Joli
Ishanjyotibora
Kuldhar Rabha
Pallabi Dutta.Baruah
JyotiPN
Pranamikaadhikary
41
Gitartha.bordoloi
Mridul Kumar Sharmah
1. ↑ https://wikisource.org
2. ↑ https://www.creativecommons.org/licenses/by-sa/3.0
3. ↑ https://www.gnu.org/copyleft/fdl.html
4. ↑ https://wikisource.org/wiki/Wikisource:Scriptorium
42
Download